শিখ যুঁজাৰু বাহিনী খালচা কাৰ দিনত গঠিত হৈছিল? Posted on 24/06/202224/06/2022 by Puspa Kakati উত্তৰঃ গোবিন্দ সিং।
দক্ষিণ ভৰত লাভ কৰা দিল্লীৰ প্ৰথমজন সম্ৰাট কোন? Posted on 24/06/202224/06/2022 by Puspa Kakati উত্তৰঃ আলাউদ্দিন।
কোনজন মোগল সম্ৰাটৰ ১৫৪২ চনত অসৰ কোটত জন্ম হৈছিল? Posted on 24/06/202224/06/2022 by Puspa Kakati উত্তৰঃ আকবৰ।