Month: June 2022

চ্যুকাফা কোন আছিল ?

আহোমৰ প্ৰথম জনা স্বৰ্গদেউৰ নাম আছিল চাওলুং চুকাফা। তেওঁ অতি পৰাক্ৰমী দুৰ্দান্ত সাহসী আৰু বীৰ পুৰুষ আছিল। য়ুং-ৰি-মুঙ-ৰাম নামৰ পৰ্বতৰ ৰাজ্য এখনৰ তেওঁ ৰাজকোঁৱৰ আছিল।