প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্য়ক্তি ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য ।
এছিয়ান গেমছত স্বৰ্ণ বিজয়ী প্ৰথম অসমীয়া ব্য়ক্তি কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ ভোগেশ্বৰ বৰুৱা ।
ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ গণেশ ফুকন ।
মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ তৰুণ শইকীয়া ।