প্ৰথম অসমীয়া সংগীত নাট্য় অকাডেমিৰ অধ্য়ক্ষ কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ ড০ ভূপেন হাজৰিকা ।
‘ ফৰেষ্ট মেন অৱ ইণ্ডিয়া ‘ উপাধি পোৱা প্ৰথম অসমীয়া কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ যাদৱ পায়েং ।
গ্লৱেল ইণ্ডিয়ান পিল্ম এৱাৰ্ড’ৰ শ্ৰেষ্ঠ অসমীয়া কণ্ঠাশিল্পী বঁটা লাভ কৰা ব্য়ক্তিজন কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ জুবিন গাৰ্গ।
ৰঙা গ্ৰহ মংগলৰ কক্ষপথত প্ৰৱেশ কৰা মংগল যানৰ সফল অসমীয়া বিজ্ঞানী কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ ড০ জিতেন্দ্ৰ নাথ গোস্বামী ।