ঘূৰমীয়া মেজমেলৰ অসমীয়া প্ৰতিনিধ কোন আছিল ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ চন্দ্ৰধৰ বৰুৱা ।
প্ৰথম অসমীয়া মহিলা পৰ্বত আৰোহণকৰী কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ নেছিম আখতাৰ ।
গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ প্ৰথম বিচাৰপতি (অসমীয়া ) কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ হলিৰাম ডেকা ।