প্ৰথম সংগীত নাটক অকাডেমি বঁটা প্ৰাপক কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ মিত্ৰদেৱ মহন্ত ।
উচ্চতম ন্য়ায়ালৰ প্ৰথম অসমীয়া বিচাৰপতি কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ পাৰ্বতী কুমাৰ গোস্বামী ।
প্ৰথম অসমীয়া পদ্মবূষণউপাধি লাভ কৰোতা কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ বিমলা প্ৰসাদ চলিহা ।
প্ৰথম পদ্মশ্ৰী পোৱা অসমীয়া ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ ড০ কৃষ্ণকান্ত সন্দিকৈ ।