Month: June 2022

কোষীয় শ্বসন কাক বোলে ?

জৈৱ ৰাসায়নিক প্রক্রিয়াৰ প্রাণীদেহেৰ কোষস্থ খাদ্যবস্তু বায়ুৰ অক্সিজেন দ্বাৰা জীৱিত হয় মজুদকৃত শক্তিকে ব্যৱহাৰযোগ্য শক্তিতে ৰূপান্তৰিত কৰে এবং কার্বন-ডাই অক্সাইড নিষ্কাশন কৰে তাকে কোষীয় শ্বসন বোলে।

পৰিসংখ্যা বুলিলে কি বুজা ?

পৰিসংখ্যা হৈছে এক বিজ্ঞান য’ত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্ৰেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়। কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়।