Month: June 2022

সালোক সংশ্লেষণ কাক বোলে ?

 সেউজীয়া উদ্ভিদে পত্ৰহৰিতৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই-অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই নিজৰ খাদ্য নিজে সংশ্লেষণ কৰা প্ৰক্ৰিয়াকে সালোক সংশ্লেষণ বোলে।

ছন্দ কি ? ই কেইবিধ ?

ছন্দৰ প্ৰকাৰৰ ক্ষেত্ৰত ক’ব পাৰি ই প্ৰধানতঃ দুই প্ৰকাৰৰ এই প্ৰকাৰ দুটা হ’ল — মিত্রাক্ষৰ আৰু অমিত্রাক্ষৰ ছন্দ ।

পাচন কাক বোলে ?

ৰক্তৰ পাজমালৈ শোষিত হব পৰাকৈ খাদ্যৰ বৃহৎ অনুবোৰ ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জলদ্ৰাব্য অনুলৈ পৰিণত হোৱা প্ৰক্ৰিয়াকে পাচন বোলে।