উত্তৰঃ হালধীয়া চৰাইয়ে বাওধান খায় ।
Question and Answer Solution
উত্তৰঃ হালধীয়া চৰাইয়ে বাওধান খায় ।
উত্তৰঃ ১৯৬৩ চনত নাগালেণ্ডক পূৰ্ণ ৰাজ্য়ৰূপে স্বীকৃতি দিয়া হৈছিল ।
উত্তৰঃ অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাট্য়খনৰ নাম হ’ল চিহ্নযাত্ৰা ।
উত্তৰঃ প্ৰথম ভ্ৰাম্য়মান থিয়েটাৰখনৰ নাম হ’ল নটৰাজ ।