দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ? Posted on 06/06/202206/06/2022 by Puspa Kakati উত্তৰঃ ড০ ভূপেন হাজৰিকা ।
প্ৰথম অসমীয়া শিশু চিনেমা কোনখন ? Posted on 06/06/202206/06/2022 by Puspa Kakati উত্তৰঃ প্ৰথম অসমীয়া শিশু চিনেমাখন হ’ল অবুজ বেদনা ।
অসমৰ ৰাজ্য়িক সংগ্ৰহালয় ক’ত অৱস্থিত ? Posted on 06/06/202206/06/2022 by Puspa Kakati উত্তৰঃ অসমৰ ৰাজ্য়িক সংগ্ৰহালয় গুৱাহাটী অৱস্থিত ।
অইল ইণ্ডয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মখ্য় কাৰ্যালয় ক’ত ? Posted on 06/06/202206/06/2022 by Puspa Kakati উত্তৰঃ ডুলিয়াজান ।