ভাতৰবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত বৃটিছ প্ৰধানমন্ত্ৰী কোন আছিল? Posted on 24/06/202224/06/2022 by Puspa Kakati উত্তৰঃ এটলি।
পোনপ্ৰথম যুদ্ধত এটম বম কেতিয়া ব্য়ৱহাৰ কৰা হৈছিল? Posted on 24/06/202224/06/2022 by Puspa Kakati উত্তৰঃ ১৯৪৫ চনত আমেৰিকাই জাপানৰ ওপৰত।
আমেৰিকা যুক্তৰাষ্ট্ৰত কোনটো দিন কলংক হিচাপে গণ্য় কৰা হৈছিল? Posted on 24/06/202224/06/2022 by Puspa Kakati উত্তৰঃ ১৯৫০ চনৰ ১ জানুৱাৰী।
ইতিহাস শব্দটো প্ৰথম ক’ত উল্লেখ আছে? Posted on 24/06/202224/06/2022 by Puspa Kakati উত্তৰঃ অথৰ্ব বেদত।