উত্তৰঃ শিৱসাগৰত প্ৰথমখন হাইস্কুল ১৮৪৩ চনত স্থাপিত হৈছিল।
Question and Answer Solution
উত্তৰঃ শিৱসাগৰত প্ৰথমখন হাইস্কুল ১৮৪৩ চনত স্থাপিত হৈছিল।
উত্তৰঃ অসমত ১৮৩৭ চনত বাংলা ভাষাৰ প্ৰৱৰ্তন হয়।
উত্তৰঃ ১৮৩৩ চনত বৃটিছে পুৰন্দৰ সিংহৰ তলতীয়া ৰজা হিচাপে অসমৰ শাসন ভাৰ দিয়ে।
উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী অসমীয়া ছহিদ গোমধৰ কোঁৱৰ।