উত্তৰঃ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ ১৭৮৩ চনত হয়।
Question and Answer Solution
উত্তৰঃ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ ১৭৮৩ চনত হয়।
উত্তৰঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰু আহোমৰ ৰাজধানী পতনৰ বৰ্ষটো হ’ল ১৭৬৯ চন।
উত্তৰঃ আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ যুদ্ধ ১৬৮২ চনত হয়।
উত্তৰঃ লাচিতৰ নেতৃত্বত ১৬৭১ চনত আহোমে মোগলৰ আধিকাৰৰ পৰা পাণ্ডু উদ্ধাৰ কৰে।