Month: June 2022

এনকেফেলাইটিচ বেমাৰ কেনেধৰণে হয়? ইয়াৰ লক্ষণ কি?

উত্তৰঃ এনকেফেলাইচিট (Encephalites) নামৰ এবিধ ম’হে এই ৰোগ বিয়পায়। এই ৰোগত প্ৰধনতঃ মাগজু আক্ৰান্ত হয়।প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ আদি এই ৰোগৰ লক্ষণ। ৰোগীয়ে ভ্ৰম বকে, মূৰৰ বিষত চিঞ্চৰে।

টাইফয়েড (Typhoid) কেনেকৈ হ’ব পাৰে?

উত্তৰঃ টাইফয়েডৰ বীজাণু আমাৰ দেহলৈ খোৱাপানী, গাখীৰ, আইচক্ৰীম আৰু কীট-পতংগৰ পৰা আহিব পাৰে। এই বেমাৰৰ চিকিৎসাৰ বাবে ক্ল’ৰ’মাইচেটিন (Chloromycetin) ঔষধ ব্য়ৱহাৰ কৰা হয়।