Month: June 2022

ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত শ্বাক্ষৰিত হৈছিল ?

ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা ‘ছাৰ আৰ্চিবল্ড কেম্পবেল’ আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল ‘মহা মিন লা কিয়’ টিন’-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল।