জুলফিকৰ আলী ভূট্টোক ফাঁচি দিয়া বৰ্ষটো কি? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৭৯ চন।
আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেডীক কিমান চনত হত্যা কৰা হৈছিল? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৬৩ চনত।
ভাৰত-পাকিস্তানৰ মাজত দ্বিতীয় যুদ্ধ কিমান চনত হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৬৫ চনত।