কিমান চনত এইড্ছৰ প্ৰথমটো ঘটনা ধৰা পৰে? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৫৯ চনত।
কৃত্রিম ইনছুলিনৰ আৱিষ্কাৰ কিমান চনত হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৭৮ চনত।
প্রথমটো টেষ্ট টিউব বেবী লুইচ ব্রাউনৰ জন্ম কিমান চনত হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৭৮ চনত।
কিমান চনত ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ নিৰ্বাচিত হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ১৯৭৬ চনত।