কিমান চনত ৰবাৰ্ট পীয়েৰী উত্তৰ মেৰু আৱিষ্কাৰ কৰে ? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯০৯ চনত।
২৭ বছৰ কাৰাবাসত থকাৰ পিছত নেলছন মেণ্ডেলা কিমান চনত মুক্তি লাভ কৰে? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৯০ চনত ।
কিমান চনত দ্বিতীয় বিশ্ব যুদ্ধ আৰম্ভ হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯৩৯ চনত।