নেপোলিয়ানৰ মৃত্যু কিমান চনত হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮২১ চনত (ছেণ্ট হেলেনাত)।
গ্রীকসকলে কিমান চনত স্বাধীনতা লাভ কৰে? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৩০ চনত।
বৃটেইন আৰু চীনৰ মাজত আফিং যুদ্ধ আৰম্ভ হোৱা চনটো – । Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৪০ চন।
কিমান চনত বৃটেইনত দাস প্ৰথাৰ বিলুপ্তি হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৩৩ চনত।