কিমান চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্রাহাম লিংকনক গুলীয়াই হত্যা কৰা হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৬৫ খ্ৰীঃত।
কিমান চনত ছুয়েজখাল মুকলি কৰা হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৬৯ খ্ৰীঃত।
কিমান চনত পেৰিছৰ আইফেল টাৱাৰ নিৰ্মাণ হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৮৯ খ্ৰীঃত।
ৰাছিয়াৰ মহা বিপ্লৱৰ সূচনা কেতিয়া হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৯০৫ খ্ৰীঃত।