আব্রাহাম লিংকনৰ উদ্যোগত আমেৰিকাত দাস প্ৰথাৰ বিলুপ্ত হয় Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ১৮৬৩ খ্ৰীঃত।
কিমান চনত আন্তঃৰাষ্ট্ৰীয় ফুটবল সংস্থা গঠন কৰা হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৬৩ খ্ৰীঃত।
কিমান চনত হেনৰী ডুৰাণ্টে ৰেডক্ৰছ প্রতিষ্ঠা কৰে? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৮৬৪ খ্ৰীঃত।
কিমান খ্ৰীঃপূঃত ২২ বছৰত আলোকজেণ্ডাৰে সম্ৰাট ৰূপে ঘোষিত হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ৩৩৬ খ্ৰীঃপূঃত।