কিমান খ্ৰীঃপূঃত চীনৰ মহা প্ৰাচীৰ নিৰ্মাণ হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ২১৫ খ্ৰীঃপূঃত।
জোৱান অৱ আৰ্কক কিমান খ্ৰীঃত জীৱন্তে দাহ কৰা হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৪৩১ খ্ৰীঃত।
কিমান খ্ৰীঃত ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত এশ বছৰীয়া যুদ্ধ আৰম্ভ হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ১৩৩৭ খ্ৰীঃত।
কিমান খ্ৰীষ্টাব্দত যীশু খ্ৰীষ্টক ক্ৰুছবিদ্ধ কৰা হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ২৯ খ্ৰীঃত।