কিমান খ্ৰীষ্টাব্দত অগ্নিকাণ্ডত ৰোম নগৰী ধ্বংস হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰ : ৬৪ খ্ৰীষ্টাব্দত।
ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম কেতিয়া হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ৫৭০ খ্ৰীষ্টাব্দত।
অক্সফৰ্ড বিশ্ববিদ্য়ালয় কেতিয়া স্থাপন কৰা হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ১১৬৩ খ্ৰীষ্টাব্দত।
মেগনা কাৰ্টা চুক্তি কেতিয়াৰ? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ১২১৫ খ্ৰীষ্টাব্দত।