কিমান খ্ৰীঃপূঃত ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্য় ৰচনা হয়? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ১০০০ খ্ৰীঃপূঃ।
হোৱামহো নদীৰ পাৰৰ চীনা সব্য়তাৰ বিকাশ কেতিয়াৰ? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ২২০৫-১১২২ খ্ৰীঃপূঃ।
ইজিপ্তত ব্ৰঞ্জৰ আৱিষ্কাৰ কেতিয়া হৈছিল? Posted on 23/06/202223/06/2022 by Puspa Kakati উত্তৰঃ ৩৪০০ খ্ৰীঃপূঃত।