বিশ্ব ইতিহাস বুলিলে কি বুজা যায়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ৪৫০ কোটি বছৰৰ পূৰ্বৰ সময়কে (পৃথিৱী সৃষ্টি হোৱা)।
১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰা ব্য়ক্তিগৰাকী কোন? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ জৱহাৰলাল নেহৰু।
১৯৪৭ চনৰ কোন তাৰিখে পাকিস্তান স্বাধীন হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ১৪ আগষ্টত।
লাল-বাল-পাল ৰূপে খ্য়াত নেতা কেইগৰাকী চৰম নে নৰম পক্ষৰ আছইল? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ চৰম পক্ষৰ আছিল।