১৯৩৪ চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা ব্য়ক্তি গৰাকী কোন? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ সুবাস চন্দ্ৰ বসু।
অমৃতসৰৰ জালিয়ানৱালাবাগৰ হত্য়াকাণ্ড কোনজন বৃটিছ জেনেৰেলৰ নেতৃত্বত হৈছিল? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ডায়াৰৰ।
১৯১৯ চনৰ ১৩ এপ্ৰিল দিনত ভাৰতবাসীৰ বাবে কিয় শোকৰ দিন? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ উক্ত দিনটোৰ জালিয়ানৱালাবাগৰ হত্য়াকাণ্ড সংঘটিত হৈছিল।