কিমান চনত গান্ধীয়ে খিলাফৎ আন্দোলনত যোগ দিয়ে? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ১৯১৯ চনত।
কিমান চনত কংগ্ৰেছে ইংৰাজৰ ওচৰত গান্ধীৰ নেতাত্বত পূ্ৰ্ণ স্বৰাজৰ দাবী তোলে? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰীত।
কিমান চনত গান্ধী কংগ্ৰেছৰ নেতা নিৰ্বাচিত হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ১৯২০ চনত।
কিমান চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ১৯১৫ চনত।