সুৰেন্দ্ৰ নাথ বেনাৰ্জীয়ে জন্ম দিয়া সংস্থাটোৰ নাম কি আছিল? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ইণ্ডিয়ান এছ’চিয়েচন।
ভাৰনে কুলাৰ প্ৰেছ এক্ট, ফেক্টৰী এক্ট কোনজন ভাইচৰয়ৰ দিনত সম্পন্ন হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ লৰ্ড ৰিপন, ১৮৮০।
কোনজন ভাইচৰয়ৰ দিনত কলিকতাৰ ৰাজদানী দিল্লীলৈ স্থানান্তৰ কৰা হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ লৰ্ড হাডিংজৰ দিনৰ।
ইণ্ডিয়াৰন কাউঞ্চিলৰ এক্ট, ১৮৬১ কোনজন ভাইচৰয়ৰ দিনৰ? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ লৰ্ড কেনিঙৰ দিনৰ।