ইণ্ডিয়ান ইউনিভাৰচিটী এক্ট, ১৯০৪খন কাৰ দিনৰ? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ লৰ্ড কৰ্জনৰ দিনৰ।
গান্ধীৰ দাণ্ডী যাত্ৰা কোনজন ভাৰতীয় ভাইচৰয়ৰ দিনত আৰম্ভ হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ লৰ্ড আৰউইনৰ দিনত।
কোনজন বাইচৰয়ৰ দিনত ভাৰতৰ স্বাধীনতা আইনা বলৱৎ হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ লৰ্ড মাউণ্ট বেটেনৰ দিনত (১৯৪৭ চনত)।
কোন গৰাকী ব্য়ক্তিক ভাৰতৰ নলজাগৰণৰ সূচনাকাৰী বুলি কোৱা হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ৰাজা ৰাম মোহন ৰায়।