ৱাভেচৰ আঁচনি কোনজন বাইচৰয়ৰ দিনত সূচনা হয়? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ লৰ্ড ৱাভেল।
কোনে বাৰতত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰে? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ৰাজা ৰাম মোহন ৰায়।
কোনে ভাৰতত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ স্বামী বিবেকানন্দই ১৮৯৭ চনত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে।