দয়ানন্দ সৰস্বতীয়ে কিমান চনত আৰ্য সমাজ প্ৰতিষ্ঠা কৰে? Posted on 22/06/202222/06/2022 by Puspa Kakati উত্তৰঃ ১৮৭৫ চনত।
ভাৰতত ইংৰাজক বাণিজ্য় কৰিবলৈ অনুমতি দিয়া মোগল সম্ৰাট গৰাকী কোন আছিল? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ জাহাংগীৰ (১৭১৭)।
কিমান চনত ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্ণৰ হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১৭৫৭ চনত।