কোনখন সন্ধিৰ পিচত আসম ৰজা্য় বৃটিছ শাসন অন্তৰ্ভুক্ত হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত(১৮২৪ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰী)।
কিমান চনত ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত যুদ্ধ হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১৮২৮ চনত।
কিমান চনত নেপাল আৰু ইমৰাজৰ মাজত যুদ্ধ হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১৮১৪ চনত।
কিমান চনত পৰ্তুগীজসকলে চুৰাটত বন্দৰ স্থাপন কৰিছিল? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১৬১৯ চনত।