পলাচীৰ প্ৰথম যুদ্ধ কৰা মাজত হৈছিল? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১৭৬৭ চনৰ ২৩ জুনত (নবাব ছিৰাউদদৌল্লা আৰু বৃটিছ বাহিনীৰ মাজত)।
কিমান চনত হুমায়ুনৰ মৃত্য়ু হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১৫৫৬ চনত এটা দুৰ্ঘটনাত।
পেশ্বোৱাৰ পৰা কলিকতালৈ গ্ৰণ্ড ট্ৰাংক ৰ’ড কোনজন সম্ৰাটে নিৰ্মাণ কৰিছিল? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ শ্বেৰছাহে।