ৰুপিয়া নামৰ মুদ্ৰাৰ প্ৰচলন কোনজন সম্ৰাটে কৰিছিল? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ শ্বেৰছাহে।
ভাৰতত গোগল সাম্ৰাজ্য় প্ৰতিষ্ঠা হোৱা চনটো কি? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১৫২৬ চন।
বাহমণি সাম্ৰাজ্য়ৰ উল্লেখযোগ্য় ৰজা কোন আছিল,? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ মহম্মদ গাৱান।