কোনে বাহমণি সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰে? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ,১৩৪৭ খ্ৰীষ্টাব্দত আলাউদ্দিন বাহমন শ্বাহে।
কোনজন মুলছমান চুলতানক জ্ঞানী মৰ্খ ৰজা আখ্য়া দিয়া হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ মহম্মদ বিন টোগলকক।
খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতান কোন? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ আলাউদ্দিন খিলিজি।
কোনে দিল্লীত টোগলক বংশৰ শাসন আৰম্ভ কৰে? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ গিয়াছুদ্দিন টোগলকে (১৩২০ চনত)।