১২০৬-১৫২৬ খ্ৰীঃৰ এই সময়চোৱাক ভাৰতত কি যুগ বুলি কোৱা হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ চুলতানসকলৰ যুগ।
কোনখন যুদ্ধৰ পিছত উত্তৰ ভাৰতত মহম্মদ ঘোৰীয়ে মুছলমান শাসন আৰম্ভ কৰে? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১১৯২ চনৰ দ্বিতীয় তৰাইনৰ যুদ্ধৰ পিছত।
কিমান চনত তৰাোইনৰ যুদ্ধ হয়? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১১৯১ খ্ৰীঃত (ৰাজপুত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰী)।