ভাৰতত মুছমান শাসন প্ৰতিষ্ঠা কৰা মুছমান শাসকজন কোন? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ মহম্মদ ঘোৰী।
কিমান খ্ৰীষ্টাব্দত মহম্মদ ঘোৰী ভাৰত আক্ৰমণ কৰিছিল? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ ১১৭৫ খ্ৰীষ্টাব্দত।
কোনে ১৭ বাৰ আৰত আক্ৰমণ কৰিছিল? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ গজনিৰ চুলতান মামুদ।
৭১১ খ্ৰাীষ্টাব্দত প্ৰথম ভাৰত আক্ৰমণ কৰা মছমান শাসকজন কোন? Posted on 21/06/202221/06/2022 by Puspa Kakati উত্তৰঃ মহম্মদ বিন কাছিম।