কোনে হুমায়ুন নামা নামৰ কিতাপথন লিখিছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ হুমায়ুনৰ ভগ্নী গুলবদন বেগমে।
মোগলসকলৰ ৰাজ সভাত কি ভাষা ব্য়ৱহৃত হৈছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ফাৰ্চী।
বিজয় নগৰৰ সৰ্ববৃহৎ শাসকজন কোন আছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ কৃষ্ণদেৱ ৰায়।