বংগদেশত চিৰস্থায়ী বন্দবস্ত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ১৭৯৩ চনত।
ভাৰতৰ কোনখন চহৰত ফৰ্ট উইলিয়ান দৰ্গ অৱস্থিত? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ কলকাতাত।
ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ড০ ৰাজেন্দ্ৰ প্ৰসাদ।