কোনজন সম্ৰাটক ভাৰতৰ নেপোলিয়ান বুলি জনা যায়? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ প্ৰথম চন্দ্ৰ গুপ্তৰ পুত্ৰ সমুদ্ৰ গুপ্তক।
কোনটো যুগ ভাৰতৰ ইতিহাসত সোণালী যুগ ৰূপে খ্য়াত? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ গুপ্ত যুগ।
কোনজন ৰজাই শকাব্দ যুগ আৰম্ভ কৰে? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ কনিষ্কই ৭৮ খ্ৰীষ্টাব্দত।
কোনে মগধৰ শুংগ সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰিছি্ল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ পূয্য়মিত্ৰ শুমগই।