বৈদিক যুগৰ সময় কাল কিমান বুলি ভবা হয়? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ২০০০ৰ পৰা ৬০০ খ্ৰীষ্টপূৰ্ব পৰ্যন্ত।
ঋগ বেদৰ মন্ত্ৰসমূহ কেতিয়া সৃষ্টি হোৱা বুলি ভবা হয়? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ১৫০০-১০০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত।