নগৰীয়া সভ্য়তাৰ বিকাশ প্থমতে ক’ত ঘটিছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ সিন্ধু অৱবাহিকা অঞ্চলত।
ভাৰতৰ কোন ঠাইত প্থমতে গ্ৰাম্য় জীবনৰ সূচনা হয়? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ মেহেৰগড় নামৰ ঠাইত।
ভাৰতৰ কোন ঠাইত প্ৰথম জনবসতি গঢ়ি উঠাৰ প্ৰমাণ পোৱা গৈছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ মাধ্য় প্ৰদেশৰ ভামৰেটকা প্ৰস্তৰ ক্ষেত্ৰত।