কিমান চনত হৰপ্পা সভ্য়তা অৱিষ্কাৰ হয়? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ১৯২১ চনত (হৰপ্পা নামৰ ঠাইত)।
সিন্ধু সভ্য়তাৰ সমন্তৰাভাৱে সূত্ৰপাত ঘটা যুগটো কি? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ব্ৰঞ্জ যুগ।
কিমান হাজাৰ বছৰ পূৰ্বে সিন্ধু সভ্য়তাৰ উন্মেষ ঘটিছিল? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ৩৩০০ (খ্ৰীষ্টপূৰ্বে) বছৰ পূৰ্বে।
কিমান হাজাৰ বছৰ পূৰ্বে মেছোলিথিক যুগৰ সূচনা হয়? Posted on 20/06/202220/06/2022 by Puspa Kakati উত্তৰঃ ৩০,০০০ বছৰ (ভাৰতৰ উপ মহাদেশত)।