Month: June 2022

অসম আমাৰ ৰূপহী | Class 5 Assamese Lesson 1 Question and Answer

(ক) ড° ভূপেন হাজৰিকাই ‘আই ‘ বুলি কাক সম্বোধন কৰিছে ? উওৰঃ ড° ভূপেন হাজৰিকাই আই বুলি  অসম দেশক সম্বোধন কৰিছে। (খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে ? উওৰঃ ড° ভূপেন হাজৰিকাই মাঘত সোণৰ হাতেৰে লখিমী আদৰাৰ কথা কৈছে । (গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ? উওৰঃ শৰৎ নিশাই আইৰে…

Read the full article

১। প্ৰাগজ্যেতিষপুৰৰ অৰ্থ কি।

উওৰ = প্ৰাগজ্যেতিষপুৰৰ অৰ্থ হল প্ৰাচ্যৰ জ্যেতিষীৰ নগৰ বা প্ৰাচ্যৰ জ্যেতিষবিজ্ঞান নগৰ। ২। নৱগ্ৰহৰ মন্দিৰ আটাতকৈ গুৰত্বপূৰ্ণ কিয়। উওৰ = নগৰৰ ঠিক পূবত চিএাচল পাহাৰত নটা গ্ৰহৰ বা নৱগ্ৰহৰ এটাৰ মন্দিৰ আছে। ৩। প্ৰাগজ্যেতিষপুৰৰ কেন্দ্ৰস্হল কি আছিল। উওৰ = প্ৰাগজ্যেতিষপুৰৰ প্ৰাচীন ভাৰতৰ জ্যেতিৰ্ষবিজ্ঞান বা জ্যেতিষ শাস্তৰ অধ্যয়নৰ কেন্দ্ৰস্হল আছিল। ৪। হটপেশ্বৰ কাক বোলা হয়। উওৰ…

Read the full article