কিমান চমত ভাৰতৰ প্ৰথমটো খাদ্য় বেংক দিল্লীত মুকলি কৰা হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০১২ চনত।
কিমান চনত ভাৰতবৰ্ষ বিশ্বৰ প্ৰথম ট্ৰেইনত ইণ্টাৰনেট সেৱা ব্য়ৱহাৰকাৰী ৰাষ্ট্ৰত পৰিণত হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৩ চনত।
কিমান চনত দেশে বড়ো চাওতালী, মৈতিলী, ডোগৰী ভাষাক অষ্টম অনুসূচীৰ অধীনত স্বীকৃতি দিয়ে? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৩ চনত।
ৰাষ্ট্ৰীয় গ্ৰাম্য় স্বাস্থ্য় অবিযানত (NRHM) অনুমোদন জনোৱা বৰ্ষটো? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৫ চনত।