কৃষকৰ বাবে ৰাষ্টীয় আয়োগ গঠনৰ চনটো কি? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৪ চনত।
কিমান চনত ভীমসেন যোশীক ভাৰতৰত্ন প্ৰদান কৰা হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৯ চনত।
ৰাষ্ট্ৰীয় খাদ্য় সুৰক্ষা অভিয়ান কিমান চনৰ পৰা আৰম্ভ হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৭ চনত।
তেলুত আৰু কানাড়া ভাষাক কিমান চনত ধ্ৰুপদী বাষাৰ মৰ্যাদা দিয়া হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৮ চনত।