নেচনেল ইলভেষ্টিগেটিং এজেন্সী চমুকৈ (NIA) জন্ম কিমান চনত হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৮ চনত।
দেশৰ থ্ৰী জি ম’বাইল ফোন সেৱা কিমান চনত মুকলি কৰা হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৮ চনত।
কোনটো বৰ্ষ জলবৰ্ষ হিচাপে কেন্দ্ৰই ঘোষণা কৰিছিল? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০৭ বৰ্ষটো।
কিমান চনত চত্তিশগড় আৰু উত্তৰখণ্ড ভাৰতৰ নতুন ৰাজ্য় হিচাপে ঘোষণা কৰা হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০০ চনত।