কিমান চনত লতা মগেশকাৰে ভাৰতৰত্ন প্ৰদান কৰ হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ২০০১ চনত।
অমৰ্ত্য় সেনলৈ অৰ্থনীতিৰ ন’বেল বঁটা কিমান চনত প্ৰদান কৰা হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৯৮ চনত।
আব্দুল কালামক ভাৰতৰত্ন প্ৰদান কৰা চনটো কিমান? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৯৭ চনত।