কিমান চনত ভি পি সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৮৯ চনত।
পঞ্জাৱ আৰু আসম চুক্তি দুথন স্বাক্ষৰ হোৱা বৰ্ষটো কি? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৮৫ চন।
কিমান চনত ইন্দিৰা গান্ধীক আততায়ীয়ে হত্য়া কৰিছিল? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৮৪ চনত।