কিমান চনত ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৮৪ চনত।
চৰণ সিং কিমনা চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৭৯চনত।
কিমান চনত মাদাৰ টেৰেছাক ভাৰতৰত্ন প্ৰদান কৰা হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৮০ চ়নত।
কিমান চনত ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৮০ চনত।